Saturday 15 April 2017

মোৰ বিষয়ে

নিজৰ বিষয়ে আৰু কিনো কওঁ। মই বৰ্তমান কাৰ্বি আংলং জিলাত আছো।
এসময়ত কৰ্মসূত্ৰে কেৰেলা আছিলোঁ।
গান শুনি ভাল পাও।মাজে মাজে মনৰ ভাববোৰ শব্দৰ ৰূপ দিবলৈ চেষ্টা কৰোঁ...................................................

জীৱনটো চুই চাবলৈ যত্ন কৰোঁ................অনুভৱ কৰোঁ................
জীৱনৰ মানে কি?

আৰু কিনো কওঁ। বস ইমানেই।

No comments:

দ্বিতীয় সাময়িক মূল্যায়ন শ্রেণী:-দ্বিতীয়, বিষয়:- গণিত

CLICK HERE 👉দ্বিতীয় সাময়িক মূল্যায়ন শ্রেণী:-দ্বিতীয়, বিষয়:- গণিত